aimatri - পৰ্ব Celebration
 
Navigate Akhom
মুখ্য পৃস্ঠা Home
অসম তুলিকা Akhom In Frames
কবিতা Assamese Poems
ইংৰাজী কবিতা English Poems
অসম আলোকচিত্র Assam's Images
পৰ্ব Celebration
আপোনালোকৰ উপস্থিতি Your Presence
আপোনাৰ বাৰ্তা(Your's Messages)
জয় হিন্দ Jai Hind

পৰাধীনতাৰ শিকলি চিঙি পৰাধীনতাৰ শিকলি চিঙি
স্ৱাধিনতাক লও অকোৱালি ।
আনৰ পৰিচয় নালাগে আমাক
গঢ়িম সদায নিজৰ পৰিচয়
স্ৱদেশ প্ৰেমি আমি ।
অথলে যাবলৈ নিদিওঁ আমি
স্ৱদেশ বীৰৰ বলিদান ॥
একতাৰ এনাজৰিৰে
গঢ়িম সদায়,ৰাখিম সদায়
আমাৰ মাতি
আমৰ স্ৱদেশৰ মান ॥

Breaking the chain Breaking the chain of domination
To have the freedom
Never seek others name.
We shall have our own
We have a patriot within
We shall never let down
The Patriots' what sacrificed.
The bondage of oneness
We shall build and to keep always
Our land
Our land's dignity.


হে বীৰঙ্গনা
হে বীৰঙ্গনা তযু শৰনত
শত কোতি প্রনাম ॥
স্ৱদেশৰ মুক্ত্তিৰ হকে
দিয়া তোমাৰ বলিদান
শত জনম আই
তোমাৰ হৈ ৰম ঋনী ॥


Copy Right to Maakon Lab-2010
This website was created for free with Own-Free-Website.com. Would you also like to have your own website?
Sign up for free